মই মোৰ ফোন নম্বৰ আৰু ইমেইল কিয় একাউণ্টলৈ যোগ কৰিব নোৱাৰো?
আপুনি আপোনাৰ ফোন নম্বৰ যোগ কৰিবলৈ সক্ষম নোহোৱাৰ কাৰণসমূহ হ'ব পাৰে:
- আপোনাৰ ফোনৰ বেলেঞ্চ পৰ্যাপ্ত নহ'ব পাৰে আৰু সেইকাৰণে আপুনি আমাৰ সত্যাপন ক'ডসমূহ প্ৰাপ্ত কৰিব নোৱাৰে।
- আপোনাৰ ডিভাইচটো নেটৱৰ্কলৈ সংযোজিত নহ'বও পাৰে।
- আপুনি প্ৰবিষ্ট কৰা ফোন নম্বৰটো অশুদ্ধ বা সেৱাৰ বাহিৰত থাকিব পাৰে।
- আপোনাৰ ফোন নম্বৰটো ইতিমধ্যে আন এটা Xiaomi একাউণ্টৰ সৈতে সম্পৰ্কিত হৈ আছে।
- আপুনি আপোনাৰ ফোন নম্বৰটোৰ আগত এটা শুদ্ধ দেশ ক'ড যোগ কৰা নাই।
আপুনি আপোনাৰ ইমেইল যোগ কৰিবলৈ সক্ষম নোহোৱাৰ কাৰণসমূহ হ'ব পাৰে:
- আপুনি প্ৰবিষ্ট কৰা ইমেইল ঠিকনাটো অশুদ্ধ।
- আপোনাৰ ইমেইলটো ইতিমধ্যে অন্য এটা Xiaomi একাউণ্টৰ সৈতে সম্পৰ্কিত হৈ আছে।
- আপোনাৰ ডিভাইচটো নেটৱৰ্কলৈ সংযোজিত নহ'বও পাৰে।
এয়া সহায়কৰনে?